Nilim Senapati যাওঁ মই নতুন দিগন্তলৈ
@nilimsenapati3
Followers
728
Following
51K
Media
754
Statuses
11K
Independent Analyst. 👍 Free n Fearless #CultureNPolitics #BooksNMusic Nonconformist.
অপৰূপা Axom
Joined August 2022
সিংঘি চাৰে ইমান "কষ্ট" কৰি মাটি খিনি লৈছে মানুহবোৰে চিঞৰ বাখৰ কিয় কৰিব লাগে!
5
0
15
Folks winter is approaching. The fur babies need help. No slimy is too small. Anything you can spare 🙏🏾
All the kind hearted people / Animal Lovers /followers/ and other people are requested to donate any amount today .100 / 200 / 500 / 1000 Rs. This amount will be used in buying rice and other operational costs for our kitchen of Paws. We are trying to raise for
4
21
113
All the kind hearted people / Animal Lovers /followers/ and other people are requested to donate any amount today .100 / 200 / 500 / 1000 Rs. This amount will be used in buying rice and other operational costs for our kitchen of Paws. We are trying to raise for
14
134
189
জুবিন গাৰ্গ চৈয়দ চাদুল্লা দীপক শৰ্মা! সুৰবোৰ হেৰাই গৈছে...
2
1
32
It's crazy how TV show hosts/ celebrities who care so much about their own beauty/eternal life take money to advocate buying krill and whatever is for sale, and don't give a shit about #wildlife destroyed in the process of obtaining beauty pills for people who are no more
Antarctica heartbreaking scenes as defenceless penguins and whales look on as huge industrial ships scoop up their food, they depend on to survive, vast amounts of krill BAN KRILL FISHING IN ANTARCTICA NOW https://t.co/kMR6Qt3Fo0
6
43
89
যোৱাৰ পৰত সৰা শেৱালি বুটলি কি হ’ব কোৱা! অনন্য প্ৰতিভাৰ অধিকাৰী বহু যুগজয়ী সৃষ্টিৰ গৰাকী সোনালী কণ্ঠ চৈয়দ চাদুল্লা নীৰৱে আতঁৰি গল! @mygovassam এ শিল্পী গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ ব্যৱস্থা লব লাগে৷ https://t.co/xFj8D6Yrec
0
2
8
জুবিনে জীৱন কালত সকলোৰে মুখা খুলিছিল৷মৃত্যুৰ পাচতো একে কামেই কৰি আছে৷ জুবিনৰ শেহতীয়া চিকাৰ protek সিংঘি৷
4
0
43
"অনামিকা" ৰে আৰম্ভ হোৱা ইতিহাস শেষ হ’ল৷ "ৰৈ ৰৈ বিনালে" ৰে আৰম্ভ হ’ল নতুন ইতিহাস! #Roiroibinale
#Zubeen_Garg #ZubeenDaForever
@SwetaSinghAT @ravish_journo
@ETCBollywood @VishalDadlani
1
1
16
অসমীয়া আৱেগিক জাতি বুলি বহুতে সমালোচনা কৰে৷ কিন্তু আবেগেই আমাৰ শক্তি! সেই আৱেগেৰই আজি ইতিহাস ৰচিলে অসমীয়াই ! #Roiroibinale #ZubeenDaForever
0
1
19
ভুপেন জয়ন্ত জুবিন পাপন চৈয়দ চাদুল্লা, Voices Assam cherish.
2
0
12
0
0
14
"ৰৈ ৰৈ " ৰ প্ৰচাৰৰ বাবে কোনো পোষ্টাৰ/বেনাৰৰ প্ৰয়োজন নাই৷মুক্তিৰ পুৰ্বেই Block buster জুবিনৰ শেষ ছবি৷ সেই কথা জানিও ছিনেমা খনৰ পোষ্টাৰ ফলাৰ উদ্দেশ্য কি চিন্তনীয়৷তাতে আকৌ যোৰহাটত! আৰঁত বেলেগ কিবা উদ্দেশ্যহে আছে৷
1
1
12
সকলকে ন্যায় লাগে৷ পাচে ৩০ অক্টোবৰৰ গণহত্যা কাণ্ডৰ ভুক্তভুগীয়ে ন্যায় পালেনে? মমবাতি/মৌনপ্ৰাৰ্থনা /গৰিহণাই জানো ভুক্তভোগী পৰিয়ালৰ হাহাকাৰ নোহোৱা কৰিব পাৰিব? পাৰিব নিহত জনৰ আধৰুৱা সপোন পুৰাব?
2
0
21
"ৰেডিঅ' ঘোষক" হিচাপে কিংবদন্তিত পৰিণত হোৱা সোণালী কণ্ঠ #চৈয়দচাদুল্লা আছিল এক বহুমুখী প্ৰতিভাৰ অধিকাৰী৷গীতিকাৰ/সুৰকাৰ ৰূপে বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা চাদুল্লাৰ সুদক্ষ গীতাৰিষ্ট ৰূপে আছিল এক সুকীয়া পৰিচিতি৷ তেখেতৰ এক অমৰ সুৰ সৃষ্টিৰে শ্ৰদ্ধা জনালোঁ🙏
0
1
6
#JusticeForZubeenGarg দাবীটো তল পেলাবলৈ এচাম মানুহে orchestrated campaign আৰম্ভ কৰিছে দেখিছো৷কোনোবাই বিলাতৰ পৰা কোনোবাই "অজ্ঞাত স্থানৰ" পৰা বিভ্ৰান্তিকৰ কথা বিলাক কৈ আছেই তাৰ ওপৰতো দেখিলো local "বিদ্বান" কেইজনমানে " বাৰ্তা" কাকতত "প্ৰবন্ধ" লিখি নানা অবান্তৰ কথা অৱতাৰণা কৰিছে৷
2
2
18
জুবিন সম্পৰ্কীয় সকলো কথাই এতিয়া Public. গতিকে জুবিনৰ শেষ মুহূৰ্তৰ video টো public নকৰে কিয়? আৰু সেই video বোৰ অমৃত প্ৰভাই যিজন "ব্যবসায়ী" ক দিছিল তেওঁ ক’ত লুকাল? Video বোৰ কোনে release কৰিছিল সেই সম্পৰ্কেও ৰাইজক নজনাই কিয়? সেইজনৰ নধৰে কিয়?
2
1
30
"ৰিতু" বোলাটোক লৈ আলোচনা কিয় কৰে মানুহবোৰে? অসমত মানুহ নোহোৱা হ’ল নেকি? Who is He ?
2
0
14
The last of the Quivers from Dibrugarh. The Golden voice of @air_dibrugarh that has been a part of days and life of our generation . unforgettable memories of বৰ্ণালী bouncing back! You will always be in our hearts! RIP Syed Sadulla.🙏
1
1
15
আৰু এক দুখৰ খবৰ৷ স্তব্ধ হ’ল সেই সোণালী কণ্ঠ! কত স্মৃতি কত কথা! 🙏🙏🙏
0
0
22