Mitalee Nubeebuckus
@mitalee05
Followers
4K
Following
26K
Media
969
Statuses
12K
Loves South Park,The Rock, Zubeen Da & Queen-the band/RT's are not my opinion, From Majestic Assam Khati Axomiya, খাটি অসমীয়া ❤Freddie Mercury Dwayne Johnson❤
Basingstoke, England
Joined February 2011
Orkut .. what an ancient I am 😆
1
0
7
বনিয়া বহিৰাগত ভগনীয়া জনতাৰ পাৰ্টী 😒🙄 অসমক গেৰুৱাকৰণ কৰাত ব্যস্ত পাৰ্টী 🙄😒😏
0
0
13
আচ্ছা বাৰু বনীয়া গেৰুৱা পাৰ্টিৰ বিৰুদ্ধে কলে আমি হলো কংগ্ৰেছী । কংগ্ৰেছৰ বিৰুদ্ধে কলে আমি হলে সংঘী । আমি এপীচ কৰা দুয়োটা দলকে বেয়া পাওঁ l দুয়োটাই ডেঞ্জাৰ অসমীয়াৰ বাবে l আমি হৈছো ফ্ৰাস্ৰেটেড অসমীয়া পাৰ্টী l চব দগাবাজ l তেজ শোহা নাইপীয়া 🦎 আঞ্চলিক কেইটাও একে 🙄🙄😒😒
5
3
28
���৭ বছৰ হল দেশ স্বাধীন হোৱা কিন্তু অসমত এনেকুৱা এটা দল নোলাল যিয়ে অসমীয়াৰ কথা ভাবে l অসমত এতিয়া দুবিধ ৰিজনেল দল l এবিধে পেৰাচাইট হৈ লাভবান হৈছে মন্ত্ৰীত্ব পাইছে l গাড়ী চলি আছে তেওঁলোকৰ l আনবিধ খানগ্ৰেছৰ ঢামা ধৰা হয় অসমীয়া আছামিজ বাদ দি বাংলাদেশীৰ পীৰিতিত মচগুল l অসমীয়া ডুমড
2
0
32
I don’t have a picture with you yet, Papon da (real FOMO moment 😢) but still wishing you a very happy birthday. Your voice has added so much warmth and calm to my life. Hope this year brings you loads of happiness, good health and beautiful music. 💛🎶” @paponmusic
0
0
4
এটা ৰাষ্ট্ৰীয় দল অসমত অবৈধ মিঞাৰ প্ৰেমত মচগুল l আনটো দলৰ ধৰ্মৰ নামত বিভাজন, অনা অসমীয়া বহিৰাগত বনীয়াৰ বাবে আপাৰ হেণ্ড l ভাবিলো অজাপ বা ৰাইজৰ দলে কিবা কৰিব, ওলাল হাতৰ ধামা ধৰা 🙄 অসমীয়া হল মন্দিৰৰ ঘণ্টা l ছবেই বজাই l ঘেন্টা আমাৰ জীৱন ঘেন্টা । দ্বিতীয় শ্ৰেণীৰ যাত্ৰী 😢
5
3
45
Why newly formed regional parties in Assam can't have a spine of their own & fight for Assamese speaking community (again irrespective of religion) & have to be tag along partner of Congress who doesn't give 2 hoots about Assamese issues & more sympathetic to illegal miyas @grok
2
0
5
Dear @grok What is the main reason Assamese people have rejected (I am talking about Assamese speaking community irrespective of religion) Congress in assam. Factual answer please 🙏🏿
8
0
21
ইমান ধুনীয়া জুবিন দাৰ মুখখন ✨️ কেনেকে মানি লওঁ জুবিন দা আমাৰ মাজত নাই l লৈ গল আমাৰ পৰা 💔💔 কুটিল সময় 💔 #JusticeForZubeenGarg
https://t.co/NGgvIE8psY
1
2
18
Another teary 😢 evening thinking about and listening to Zubeen da 😢 💔 আমি তোমাক কিমান ভাল পাওঁ জুবিন দা 🧡 জয় জুবিন দা 🎈🎈🎈 জুবিনদা অমৰ 💕💕 #JusticeForZubeenGarg
https://t.co/lx63SVwcyC
3
1
16
আমি কি ঘেন্টা কৰো?? তেখেতৰ গিৰিয়েক ডাব্বা নিয়ক টোপোলা নিয়ক l ডেৰ ঘণ্টা কি তিনি ঘণ্টা থাকক l জুবিন দাক লুটা টকাৰে কিনা টোপোলা 😡😡 #JusticeForZubeenGarg
স্বামীক সাক্ষাৎ কৰিবলৈ হাতত টোপোলা লৈ বাক্সা জে’লত শ্যামকানু মহন্তৰ পত্নী #nbnews #nbnewsdigital
#shyamkanumahanta
#JusticeForZubeenGarg
3
1
19
আজিও জুবিনদাৰ মুখখন দেখিলে চকুপানী নৰখে 💔 l আমি তোমাক কিমান ভাল পাওঁ জুবিন দা ♥️♥️ জুবিনদা অমৰ ♥️🎈 জয় জুবিনদা 🧡🧡🧡 #JusticeForZubeenGarg
2
5
35
ভূপেন দা, ভূপেন দাৰ লিখা, ভূপেন দাৰ সংগীত, গ্ৰেটেচট <<<<<< 🙏🏿🙏🏿🙏🏿 বুকু হম হম কৰে 🙌🏿🙌🏿🫶🏿
1
0
14
Pressure, pushing down on me Pressing down on you No man ask for Under pressure That burns a building down Splits a family in two Puts people on streets
Illegal miyas will have to be under pressure till I am CM: @himantabiswa
0
0
8