❃𝑵𝑖ꪗ𝒂.𝒌𝒂𝒔𝒉ꪗ𝒂𝓹✰𓍯𓂃𓏧♡
@miss_deka____
Followers
479
Following
21K
Media
144
Statuses
2K
ভালপোৱা জন বিশ্বাসী হ'লে অকলশৰে থাকিও প্ৰেমক অনুভৱ কৰিব পাৰি , আৰু যদি বিশ্বাসেই নাথাকে তেন্তে লগত থাকিও অকলশৰীয়া যেনেই লাগে।https://t.co/tUw6Se2ER0 🍂🌈
assam,india
Joined September 2023
"মোৰ সপোনৰ আৰম্ভণি আৰু শেষ তুমি!!! তুমি মোৰ প্ৰেমৰ চহৰ খনৰ ৰঙা বেলি তুমি মোৰ শব্দ,,, তুমি মোৰ অনুভৱ!! তুমি যে মোৰ প্ৰাপ্তিৰ হাঁহি 🤌🏻❤️🍂 #goodnight
1
0
9
মোৰ জীৱন নদীৰ প্ৰতিটো লহৰ তুমি মোৰ প্ৰতিটো আবেলিৰ সোণাৰু তুমি মোৰ মৰম নদীৰ দূৰণিৰ বাঁহীৰ সুৰ তুমি মোৰ প্রেমৰ ব্যাকৰণ বিহীন কবিতা তুমি মোৰ প্ৰতিটো কবিতাৰ শিৰোনাম তুমি মোৰ প্ৰতিটো হাঁহিৰ কাৰণ তুমি মোৰ হৃদয়ত লিপিবদ্ধ এটি নাম তুমি মাথোঁ তুমি!!🥀🥀
1
0
6
11
11
131
Mayabini ♥️✨️ Shreya Ghoshal paid a musical tribute to Zubeen Garg with 'Mayabini' at opening ceremony of ICC Women's World Cup 2025 in Guwahati on September 30. 🎥 @assamcric
#Guwahati #Assam #ZubeenGarg #Mayabini #ShreyaGhoshal
13
215
1K
জুবিন গাৰ্গৰ শেষ খন ফটো । বিশ্বাস হোৱা নাই এতিয়াও । মিছা হওঁক সকলো । সুস্থ হৈ ঘূৰি অহা তুমি প্ৰভু 🥺
1
4
60
Shubh Janmashtami. 🙌 #janmastami कृष्णो रक्षतु मां चराचरगुरुः।कृष्णं नमस्याम्यहम्। Let Krishna, Lord of the universe, protect me. I bow to Krishna 🙌 . . . . #krishna #janmastami #janmashtami #krishnajanmashtami #jagannath #madanmohan #mahaprabhu #puridham
2
16
186
4
0
25