
Uddipta Thakuria
@____uddipta____
Followers
189
Following
6K
Media
61
Statuses
134
মোৰ ভিতৰৰ মানুহটো ধূলিৰ দৰে উৰে স্বৰ্নাভ প্ৰতিবেশীৰ উদ্বেগৰ মাজেৰে। 🍁
Nalbari, Assam
Joined July 2020
নিস্তব্দ ৰাতিৰ আকাশত মানুহে তেতিয়াই তৰা বিচাৰি ফুৰে, যেতিয়া পৃথিৱীৰ বুকুত মূল্যবান কিবা হেৰায় ! 🙂↔️
0
0
9
কোনোবাই জনাবচোন Circle Officer এজনৰ অফিচলৈ অহাৰ সঠিক সময় ! যিহেতু ACS হয়।।.আমি সাধাৰণ মানুহ বহুত বেছি ঢুকি নাপাওঁ! 🙃. @Diganta82288504 .@NabajyotiLahkar.
13
0
44
"বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা বিহু গ’লে বিনাবা কাক।" 💌.আমাৰ আপোন, অসমীয়াৰ স্বাভিমান, অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ হিয়াৰ আমঠু ৰঙৰ বিহু ৰঙালীৰ আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ জনালোঁ মোৰ হিয়াভৰা শুভকামনা। ❤️.#bihu2025.#rongalibihu
2
1
7
আজি মই Nalbari medical College & Hospital ত গৈছিলো। ডক্তৰে মোৰ বেমাৰ দেখি Ultrasound কৰিব দিলে। মই কৰিব গ'লো কিন্তু মোক 22 এপ্ৰিল তাৰিখে Ultrasound Date দিলে। অৰ্থাৎ ১৭ দিন পিছত। এনেকৈ হ'লে মানুহ মৰি যাব। মই বহুত Request কৰাৰ পিছতও Ultrasound নকৰিলে।.@himantabiswa.@jayanta_malla
15
8
104
অসম চৰকাৰৰ এটি Website (Sewa Setu Portal) টো নামত আছে কামত নাই। প্ৰতিদিনে Server Problem. কালি Employment Exchange Certificate খন Renewal কৰিব চেষ্টা কৰিলো। লগতে ১০ টকা Payment কৰিলো। কিন্তু Payment হোৱাৰ পিছতো Certificate খন নাপালো। আজিলৈ ৩ বাৰ ১০ টকাকৈ খালে।. @himantabiswa.
0
1
4
"চিৰ চেনেহী আই মোৰ ভাষা জননী" 🙏. অসম সাহিত্য সভাৰ সপ্তসপ্ততিম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনত গৈ সচাঁকৈ বহুত বেছি ভাল লাগিল। অজস্ৰ মানুহৰ সমাগমে অসমীয়া ভাষা সংস্কৃতিৰ গুণ গৰিমা সদায় অতুলনীয় কৰি ৰাখক। 🙏🏻❤️. #AsamSahityaSabha2025.#asamsahityasabha
0
0
12
জ্ঞান আৰু শিক্ষাৰ দেৱীলৈ শতকৌটি প্ৰনাম।। 🙏.জ্ঞান আৰু শিক্ষাই সকলোৰে মনবোৰ পোহৰাই তোলক তাৰে কামনাৰে সকলোলৈ সৰস্বতী পূজাৰ শুভকামনা জনালোঁ। 💚. #happysaraswatipuja .#saraswatipuja2025
0
0
5
May this year be a journey of growth and prosperity for you. May every challenge bring strength and every victory bring joy. Happy New Year 2025 🎉✨. #HappyNewYear ❤️ #HappyNewYear2025 💚.#HappyNewYear ❤️
0
0
5
Special request, Sir @himantabiswa @gpsinghips @RaviKota12 I hope you will take the matter seriously. 🙏
0
1
6
অসমীয়া শিপিনীৰ তাঁতশালত প্ৰান পাই উঠা এখন অসাধাৰণ গামোচা। আকৌ এবাৰ ক'বলৈ মন গৈছে - অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে।. #Assam #Assameseculture
1
6
91