UdgamGhy Profile Banner
Udgam Foundation Profile
Udgam Foundation

@UdgamGhy

Followers
20
Following
51
Media
243
Statuses
289

A registered NGO || Support us in our mission || Together, we can make a difference!

Guwahati
Joined May 2024
Don't wanna be here? Send us removal request.
@UdgamGhy
Udgam Foundation
3 days
আত্মনিৰ্ভৰশীলতাৰ অবিৰত যাত্ৰা...! উদ্গম ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত এটি কৰ্মশালাৰ অন্তত এগৰাকী প্ৰশিক্ষাৰ্থীৰ সৈতে এটি বিশেষ মুহূৰ্ত💚। #UdgamGhy
0
1
5
@UdgamGhy
Udgam Foundation
7 days
Empowerment is not a gift given; it is the fire stoked within. When we support one woman, we whisper to the next that she is possible. #UdgamGhy
0
0
8
@rishi_baruah
Rishi Baruah
10 days
Looks like another pipe leak waiting to happen soon! Hope this gets urgent attention before any damage occurs and not the usual reaction after things go wrong. 📍 Chandmari Colony, Guwahati #BeResponsible #guwahati #GuwahatiCity
0
9
15
@UdgamGhy
Udgam Foundation
10 days
দক্ষতাৰ বিকাশেৰে এখন সমৃদ্ধিশালী সমাজ গঢ়াৰ বাটত এটি ভাললগা মুহূৰ্ত। উদ্গমৰ ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত এটি কৰ্মশালাত চাহ-বিৰতিৰ সময়ত উদ্যমী নাৰীসকলৰ সৈতে ফাউণ্ডেচনৰ সদস্যসকল💚। #UdgamGhy
0
2
7
@UdgamGhy
Udgam Foundation
12 days
Real empowerment isn't giving her a voice, she already has one. It’s ensuring the world is ready to listen. Sharing a snapshot from our ground visit.❤️ #UdgamGhy
0
0
4
@UdgamGhy
Udgam Foundation
14 days
স্বাৱলম্বী নাৰী, প্ৰগতিশীল সমাজ! হাতে কামে লাগি সকলোৱে গঢ়ি তুলিছে স্বাৱলম্বিতাৰ এক নতুন নিদৰ্শন। #UdgamGhy
0
1
5
@UdgamGhy
Udgam Foundation
17 days
কৰ্মশালাৰ অন্তত সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰা এগৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা এটা বিশেষ মুহূৰ্ত। এই সৰু পদক্ষেপসমূহেই ভৱিষ্যত আত্মনিৰ্ভৰশীলতাৰ আধাৰ। #UdgamGhy
0
0
4
@UdgamGhy
Udgam Foundation
19 days
স্বাৱলম্বিতাৰ দিশত প্ৰথমটো খোজ! দক্ষ প্ৰশিক্ষকৰ তত্ত্বাৱধানত আমাৰ মহিলাসকলে অতি আগ্ৰহেৰে শিকিছে ধূপকাঠি নিৰ্মাণৰ প্ৰাথমিক কৌশলসমূহ। প্ৰতিটো হাতেই এতিয়া একো একোটা সম্ভাৱনাৰ কাহিনী। #UdgamGhy
0
3
7
@UdgamGhy
Udgam Foundation
21 days
হাতৰ পৰশত প্ৰাণ পাই উঠিছে সুগন্ধি ধূপকাঠি। একাগ্ৰতা আৰু নিষ্ঠাই আনিব পাৰে সফলতা। দলবদ্ধভাৱে কাম কৰি নিজৰ দক্ষতা বিকাশৰ বাবে আমাৰ মহিলাসকলৰ এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। Join us as a volunteer and be a part of our mission. To register: https://t.co/bpmhqBOm4H #UdgamGhy
0
2
6
@UdgamGhy
Udgam Foundation
26 days
সপোন পূৰণৰ দৃঢ় খোজ! দক্ষতা বিকাশেৰে সপোনবোৰক দিওঁ বাস্তৱ ৰূপ; নাৰী শক্তিৰ সবলীকৰণত উদ্গম ফাউণ্ডেচনৰ বিশেষ উদ্যোগ...! #UdgamGhy
0
4
7
@UdgamGhy
Udgam Foundation
28 days
নাৰী সবলীকৰণৰ নতুন পথ! নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ সাহস আৰু শক্তি; উদ্গম ফাউণ্ডেচনৰ সৈতে এক সমৃদ্ধিশালী সমাজ গঢ়াৰ লক্ষ্য। #UdgamGhy
0
3
4
@UdgamGhy
Udgam Foundation
29 days
May our Constitution continue to unite us in strength and purpose. Let's celebrate the ideals that bind us as one people and one nation. Warm Republic Day greetings from Udgam Foundation! 🇮🇳 #RepublicDay #UdgamGhy
0
0
5
@UdgamGhy
Udgam Foundation
1 month
বিদ্যাদায়িনী মা সৰস্বতীৰ চৰণত শত-কোটি প্ৰণাম🙏🏻। ​পৱিত্ৰ শ্ৰীশ্ৰী সৰস্বতী পূজা উপলক্ষে সমগ্ৰ শিক্ষাৰ্থী সমাজৰ লগতে অসমবাসী ৰাইজলৈ জনালোঁ আন্তৰিক শুভেচ্ছা। জ্ঞানৰ পোহৰেৰে সকলোৰে জীৱন আলোকিত হওক, এয়াই মাৰ ওচৰত একান্ত প্ৰাৰ্থনা। #UdgamGhy
0
1
8
@UdgamGhy
Udgam Foundation
1 month
দক্ষতাৰে গঢ়োঁ ভৱিষ্যত! প্ৰতিগৰাকী নাৰীৰ মাজত থকা প্ৰতিভাক দক্ষতাৰ ৰূপ দিয়াৰ প্ৰয়াস— উদ্গম ফাউণ্ডেচনৰ এক বিশেষ পদক্ষেপ। #UdgamGhy
0
2
5
@UdgamGhy
Udgam Foundation
1 month
স্বাৱলম্বিতাৰ দিশে অগ্ৰসৰ! হাতে-কামে শিকি আত্মনিৰ্ভৰশীল হোৱাৰ সংকল্প; উদ্গম ফাউণ্ডেচনৰ সহযোগত নাৰী শক্তিৰ এক নতুন যাত্ৰা। Join us as a volunteer and be a part of our mission. Fill out the form to get registered: https://t.co/bpmhqBOm4H #UdgamGhy
0
0
5
@UdgamGhy
Udgam Foundation
1 month
ভোগেৰে উপচি পৰক অসমীয়াৰ লখিমী আখল, সকলোৰে জীৱনবোৰ সম্পদশালী হওঁক, তাৰেই আশাৰে অসমবাসী ৰাইজলৈ ভোগালী উৰুকাৰ আন্তৰিক ওলগ।
0
3
8
@UdgamGhy
Udgam Foundation
2 months
নিজকে দক্ষ কৰি তুলিবলৈ ব্যস্ত হৈ পৰিছে আমাৰ মহিলাসকল। অলপতে হৈ যোৱা ধূপকাঠি নিৰ্মাণ কৰ্মশালাৰ এটি ভাললগা ক্ষণ💚। #UdgamGhy
0
2
5
@UdgamGhy
Udgam Foundation
2 months
May the new year bring growth, clarity and continued success for you. Udgam Foundation wishes you all a very Happy New Year!❤️
0
0
3
@UdgamGhy
Udgam Foundation
2 months
দক্ষতাৰ বিকাশেৰে এখন সমৃদ্ধিশালী সমাজৰ সপোন, উদ্গমৰ ফাউণ্ডেচনৰ উদ্যোগত নাৰী সবলীকৰণৰ এটা খোজ। #UdgamGhy
0
1
7
@UdgamGhy
Udgam Foundation
2 months
This festive season is a beautiful reminder of love, kindness and shared moments. Wishing you endless joy and happiness this Christmas. Merry Christmas!❤️ #UdgamGhy #merrychristmas
0
4
10