ND24Digital Profile Banner
ND24 Digital Profile
ND24 Digital

@ND24Digital

Followers
14
Following
0
Media
4K
Statuses
4K

⚡ News. Truth. Now. | Stay updated, stay informed.

Guwahati, Assam
Joined October 2025
Don't wanna be here? Send us removal request.
@ND24Digital
ND24 Digital
2 hours
কোনে হেক কৰিছিল কংগ্ৰেছৰ ৱেবচাইট? #ND24Digital | #Assam | #DebabrataSaikia
0
0
0
@ND24Digital
ND24 Digital
2 hours
বিপদ নিশ্চিত নেকি গৌৰৱ গগৈৰ, আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ মুখত গৌৰৱ গগৈৰ প্ৰসংগ... #ND24Digital | #gauravgupta | #HimantaBiswaSarma
0
0
0
@ND24Digital
ND24 Digital
2 hours
গোৱালপাৰাৰ মৰনৈ কোদালধোৱা বজাৰত অঘটন, গেছ টেংকাৰ বিস্ফোৰিত হৈ বিস্তৰ ক্ষতি সাধন #ND24Digital | #Assam | #Goalpara
0
0
0
@ND24Digital
ND24 Digital
3 hours
গোলাঘাটৰ ৰাজপথত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গৰ্জন #ND24Digital | #Assam | #Golaghat
0
0
0
@ND24Digital
ND24 Digital
3 hours
কি লক্ষ্যৰে ৰাজনীতিৰ পথাৰত পুনৰবাৰ নামিলে জ্ঞানশ্ৰী বৰাই? বিজেপিৰ বিৰুদ্ধে আনিব নেকি ধুমুহা... #ND24Digital | #Assam | #RaijorDal
0
0
0
@ND24Digital
ND24 Digital
3 hours
কোকৰাঝাৰত আছাম ষ্টেট ইলেক্ট্রিচিটি চাপ্লাই ৱৰ্কাৰ্ছ ইউনিয়নৰ কেন্দ্রীয় অধিৱেশন #ND24Digital | #Assam | #Kokrajhar
0
0
0
@ND24Digital
ND24 Digital
3 hours
জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত পুনৰ চৰকাৰক সমালোচনা গৌৰৱ গগৈৰ #ND24Digital | #JusticeForZubeenGarg | #GauravGogoi
0
0
0
@ND24Digital
ND24 Digital
3 hours
তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল ৰোগী অনা এম্বুলেন্স #ND24Digital | #Assam | #accident
0
0
0
@ND24Digital
ND24 Digital
4 hours
সপোনৰ পম খেদি নিজকে কৰিছে স্বাৱলম্বী, কিবা এটা কৰাৰ হাবিয়াসৰ বাবেই হৈছে সফল #ND24Digital | #Assam | #GoodNews
0
0
0
@ND24Digital
ND24 Digital
4 hours
বাজপেয়ী ভৱনত টিকট বিচাৰি অহা কৰ্মীক বুজনি মুখ্যমন্ত্ৰীৰ #ND24Digital | #Assam | #HimantaBiswaSarma
0
0
0
@ND24Digital
ND24 Digital
5 hours
'বিজেপিত কোনো খিলঞ্জীয়া নাই। সকলো অসমীয়া, সকলো ভাৰতীয়া, আমি সকলো সনাতনী'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা #ND24Digital | #HimantaBiswaSarma | #BJPOffice
0
0
0
@ND24Digital
ND24 Digital
5 hours
'ইয়াত কংগ্ৰেছী কালচাৰ নচলিব'- ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত খঙত টিঙিৰি-তুলা মুখ্যমন্ত্ৰী। নিৰ্বাচনৰ টিকট বিচাৰি অহা কৰ্মীক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। #ND24Digital | #HimantaBiswaSarma | #BJPOffice
0
0
0
@ND24Digital
ND24 Digital
5 hours
৩ দিনৰ আৰক্ষীৰ জিম্মালৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰ দেৱকমল বৰুৱা #ND24Digital | #Assam | #GuwahatiJail
0
0
0
@ND24Digital
ND24 Digital
5 hours
'বিজেপিত কোনো খিলঞ্জীয়া নাই। সকলো অসমীয়া, সকলো ভাৰতীয়া, আমি সকলো সনাতনী'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা #ND24Digital | #HimantaBiswaSarma | #BJPOffice
0
0
0
@ND24Digital
ND24 Digital
6 hours
মেঘালয়ৰ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি... #ND24Digital | #Assam | #Meghalaya
0
0
0
@ND24Digital
ND24 Digital
6 hours
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত খঙত টিঙিৰি-তুলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা... #ND24Digital | #HimantaBiswaSarma | #BJPOffice
0
0
0
@ND24Digital
ND24 Digital
6 hours
মেঘালয়ৰ কয়লাখনিত অসমৰ ১০ শ্ৰমিকৰ মৃত্যু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া #ND24Digital | #Assam | #Meghalaya
0
0
0
@ND24Digital
ND24 Digital
6 hours
কাৰাগাৰলৈ বিতৰ্কিত ACS নূপুৰ বৰা... #ND24Digital | #Assam | #NupurBora
0
0
0
@ND24Digital
ND24 Digital
7 hours
ৰাইজৰ দলত যোগদান ড০ জ্ঞানশ্ৰী বৰাৰ... #ND24Digital | #RaijorDal | #AssamAssemblyElection
0
0
0
@ND24Digital
ND24 Digital
7 hours
গৌৰৱ গগৈৰ 'সময় পৰিৱৰ্তন' যাত্ৰাত অথন্তৰ। ৰাইজে পহু খেদা দিলে কংগ্ৰেছ নেতাক... #ND24Digital | #GauravGogoi | #Congress
0
0
0