MyGovAssamese Profile Banner
MyGov Assamese Profile
MyGov Assamese

@MyGovAssamese

Followers
577
Following
103
Media
6K
Statuses
8K

ভাৰত চৰকাৰৰ নাগৰিক সংযোগী মঞ্চ,যিয়ে ৰাইজক তেওঁলোকৰ ধাৰণা আৰু তৃণমূল পৰ্যায়ৰ অৱদানেৰে এখন সৱল ৰাজ্য গঠন কৰাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰে।@MyGovIndia অসমীয়াত

New Delhi, India
Joined May 2023
Don't wanna be here? Send us removal request.
@MyGovAssamese
MyGov Assamese
3 hours
উত্তৰ-পূবৰ পৰাই উদয় হ’ব ভাৰতৰ ভৱিষ্যতৰ নতুন সূৰ্য্য। #PMModiInAssam
0
0
0
@MyGovAssamese
MyGov Assamese
3 hours
এসময়ত সংঘাত প্ৰভাৱিত বুলি গণ্য কৰা জিলাসমূহ আজি আকাংক্ষিত জিলা হিচাপে গঢ় লৈ উঠিছে। অনাগত সময়ত এই অঞ্চলসমূহো ঔদ্যোগিক কৰিডৰ হিচাপে আত্মপ্ৰকাশ কৰিব। #PMModiInAssam
1
0
0
@MyGovAssamese
MyGov Assamese
3 hours
অসম ভাৰতৰ পূব দ্বাৰ হিচাপে উত্থান হোৱা আমি প্ৰত্যক্ষ কৰি আছো। ভাৰতক আছিয়ান দেশসমূহৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত অসমে দলংসদৃশ ভূমিকা পালন কৰিছে। #PMModiInAssam
1
0
0
@MyGovAssamese
MyGov Assamese
3 hours
ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে আৰু বিশ্বৰ মঞ্চত ভাৰতৰ ভূমিকাও সলনি হৈছে। #PMModiInAssam
1
0
0
@MyGovAssamese
MyGov Assamese
3 hours
আন্তঃগাঁথনি উন্নয়নে উদ্যোগসমূহক উন্নীত কৰে, বিনিয়োগকাৰীসকলক শক্তিশালী সংযোগৰ আশ্বাস দিয়ে, স্থানীয় সামগ্ৰীসমূহৰ বাবে বিশ্ব বজাৰত উপনীত হোৱাৰ পথ মুকলি কৰে আৰু নতুন সুযোগ সৃষ্টি কৰি যুৱক-যুৱতীসকলৰ মাজত আস্থা জগাই তোলে। #PMModiInAssam
1
0
0
@MyGovAssamese
MyGov Assamese
3 hours
আন্তঃগাঁথনি উন্নয়ন ভাৰতৰ প্ৰগতি যাত্ৰাৰ এক শক্তিশালী বাৰ্তা আৰু সংজ্ঞায়িত পৰিচয় হৈ পৰিছে। #PMModiInAssam
1
0
0
@MyGovAssamese
MyGov Assamese
3 hours
নতুন বিমানবন্দৰৰ টাৰ্মিনেলত ভৰি দিয়াৰ লগে লগেই স্পষ্ট হৈ পৰে যে বিকাশ ভি বিৰাসত ভি মন্ত্ৰক আকোৱালি লোৱাৰ প্ৰকৃত অৰ্থ কি। #PMModiInAssam
1
0
0
@MyGovAssamese
MyGov Assamese
3 hours
আধুনিক, বিশ্বমানৰ বিমানবন্দৰৰ সুবিধা আৰু উন্নত সংযোগে যিকোনো ৰাজ্যৰ বাবে নতুন সম্ভাৱনা আৰু সুযোগ মুকলি কৰে। ৰাষ্ট্ৰৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস আৰু জনসাধাৰণৰ আস্থাৰ স্তম্ভ হৈ পৰে। #PMModiInAssam
1
0
0
@MyGovAssamese
MyGov Assamese
3 hours
অসমৰ লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী @narendramodiৰ ভাষণৰ কেইটামান গুৰুত্বপূৰ্ণ দিশ তলত উল্লেখ কৰা হ'ল। #PMModiInAssam
1
0
0
@MyGovAssamese
MyGov Assamese
6 hours
আজি অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী @narendramodi য়ে উল্লেখ কৰে যে সমগ্ৰ ৰাজ্যতে এই দিনটো বিকাশ উৎসৱ হিচাপে পালন কৰা হৈছে। অসমৰ প্ৰগতিৰ যাত্ৰা আৰু সামূহিক আকাংক্ষাক প্ৰতিফলিত কৰি নাগৰিকসকলক নিজৰ ফোনটোৰ টৰ্চ অন কৰি এই ভাগ-বতৰা কৰা মুহূৰ্তত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
0
0
1
@MyGovAssamese
MyGov Assamese
8 hours
The Wait Is Over ! India’s first nature-themed airport terminal is ready to welcome the world প্ৰকৃতিৰ সৈতে সংযোগ ৰাখি উন্নয়নৰ দিশে আগবাঢ়ি যোৱা এক ঐতিহাসিক পদক্ষেপ। The new terminal at Lokapriya Gopinath Bordoloi International Airport beautifully reflects Assam’s culture,
0
0
1
@MyGovAssamese
MyGov Assamese
9 hours
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয়া গোপীনাথ বৰদলৈৰ এক ভৱিষ্যৎ প্ৰতিমূৰ্তি হিচাপে আজি অসমৰ বাবে গৌৰৱৰ মুহূৰ্ত গুৱাহাটী বিমানবন্দৰৰ চৌহদত আদাৰনিয়া প্ৰধানমন্ত্ৰী @narendramodi য়ে উন্মোচন কৰে। #PMModiInAssam
0
0
0
@MyGovAssamese
MyGov Assamese
14 hours
ভাৰতৰ প্ৰথম প্ৰকৃতি-থিমযুক্ত বিমানবন্দৰ টাৰ্মিনেল। ২০ ডিচেম্বৰ ২০২৫ | ৩:০০ বজাত | গুৱাহাটী Lokapriya Gopinath Bardoloi International Airport, Guwahati লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটী -১৪০ মেট্ৰিক টন স্থানীয় উৎসৰ উত্তৰ-পূব বাঁহ ব্যৱহাৰ কৰি নিৰ্মাণ
0
0
1
@narendramodi
Narendra Modi
1 day
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ এক আভাস।
251
2K
14K
@narendramodi
Narendra Modi
1 day
Some more glimpses of the new terminal building of the Lokapriya Gopinath Bardoloi International Airport in Guwahati.
2K
10K
143K
@narendramodi
Narendra Modi
1 day
On 21st December, I will pay homage at the Swahid Smarak Kshetra, dedicated to the Bir Swahids who sacrificed their lives during the historic Assam Movement. Thereafter, I will be in Namrup, Dibrugarh for the Bhoomi Pujan of the Ammonia-Urea Fertilizer Project of Assam Valley
299
2K
12K
@MyGovAssamese
MyGov Assamese
1 day
প্ৰধানমন্ত্ৰী @narendramodi নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল ছামিট অন ট্ৰেডিচনেল মেডিচিনত অংশগ্ৰহণ কৰিব। লাইভ চাওক: https://t.co/lVuBPUzdRc #WHOGlobalSummit #TraditionalMedicine
0
0
1
@MyGovAssamese
MyGov Assamese
2 days
ভাৰত-ওমান FTA = বৃহৎ ব্যৱসায়ৰ জয়! এক ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে ভাৰত আৰু ওমানৰ মাজত ব্যৱসায়িক সম্পৰ্ক নতুন ৰূপত গঢ়ি উঠিছে। বজাৰত প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ পৰা বিনিয়োগ আৰু কৌশলগত অংশীদাৰীত্ব বৃদ্ধি কৰা এই চুক্তিয়ে এক শক্তিশালী অৰ্থনৈতিক ভৱিষ্যতৰ বাবে মঞ্চ
@mygovindia
MyGovIndia
2 days
India-Oman FTA = Bigger Business Wins! A landmark Free Trade Agreement is reshaping the way India and Oman do business. From expanding market access to boosting investments and strategic partnerships, this pact sets the stage for a stronger economic future. Explore the key
0
0
1
@MyGovAssamese
MyGov Assamese
2 days
প্ৰধানমন্ত্ৰী @narendramodi #MannKiBaat ৰ এই খণ্ডত দেশবাসীৰ সৈতে বাৰ্তালাপ কৰি কয় যে দেশত এণ্ডাৰনেন্স স্প'ৰ্টছৰ এক নতুন ক্ৰীড়া সংস্কৃতি গঢ় লৈ উঠিছে। পৰামৰ্শৰ বাবে 1800-11-7800 নম্বৰত ফোন কৰক বা ভিজিট কৰক : https://t.co/tcKaHvBh2Q
0
0
1