JITENDRAKCHOUDH Profile Banner
JITENDRA K CHOUDHURY Profile
JITENDRA K CHOUDHURY

@JITENDRAKCHOUDH

Followers
4K
Following
92K
Media
2K
Statuses
5K

journalist.working in Dainik Asam ,the oldest assamese daily of 'The Assam Tribune' group for last 24 years as Deputy chief of News Bureau

Guwahati
Joined August 2012
Don't wanna be here? Send us removal request.
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
6 hours
অসমীয়া কৃষকৰ সাফল্যঃ আমেৰিকাত চকলেট, বিস্কুট প্ৰস্তুত কৰিবলৈ ৰপ্তানি কৰিব ৩০ টন ৰঙা বাওধান৷যোৰহাটৰ প্ৰগতিশীল কৃষক বিশ্বজিৎ বৰাই দেখুৱাইছে আদৰ্শ৷ ১৬-১১-২৫ @DainikAsam @PMOIndia @sarbanandsonwal @himantabiswa @ATULBORA2 @SamujjalBhatta @UtpalBorpujari @Diganta82288504
1
1
9
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
2 days
কুখ্যাত পাক সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ সহযোগী অসমৰ নলবাৰীৰ ম’ষ্ট ৱান্টেড নুৰুল আমিনৰ তথ্য নাই আৰক্ষীৰ হাতত৷আমেৰিকা- বৃটেইনৰ নাগৰিকক অপহৰণ কৰাৰ উপৰিও মাছুদৰ নিৰ্দেশত ভাৰত বিৰোধী কাম কৰা নুৰুলৰ বিষয়ে অসম বিধানসভাত প্ৰতিবেদন দাখিল কৰা হৈছিল৷ @AmitShah @PMOIndia @himantabiswa
0
0
9
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
3 days
গহপুৰৰ অনুপ কুমাৰ শৰ্মাই বছৰি প্ৰায় ডেৰ কোটি টকাৰ মাছ উৎপাদন কৰে৷অসমৰ এইগৰাকী সফল উদ্যমীক কেন্দ্ৰীয় চৰকাৰৰ মীন মন্ত্ৰণালয়ৰ গৱৰ্নিং ব’ডীৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে৷ দেশৰ ১৪ জনীয়া মৎস্য পালকৰ তালিকাত স্থান পোৱা শৰ্মা একমাত্ৰ অসমীয়া৷ @DainikAsam
2
0
24
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
3 days
‘উৰ্নীনয়ন’ৰ সুৱাসেৰে সপোন সাৰ্থক কৰিলে নয়না বৰাই৷এডভান্টেজ আছামৰ মঞ্চই খুলি দিলে সফলতাৰ দুৱাৰ @DainikAsam @CMOfficeAssam
1
0
16
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
5 days
দৈনিক অসম ১১-১১-২০২৫
0
0
6
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
6 days
৫ বছৰত কেইবাখনো ৰাজ্যৰ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা৷মডেলিটী সংশোধন কৰি আন ৰাজ্যৰ জনগোষ্ঠীক মৰ্যাদা৷দশক দশক জুৰি বঞ্চিত অসমৰ ছয় জনগোষ্ঠী৷ @DainikAsam @himantabiswa @GauravGogoiAsm @AkhilGogoiAG @lurinjtgogoi
0
0
21
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
10 days
‘ ভোট চুৰি’ক লৈ বিস্ফোৰণ ৰাহুল গান্ধীৰ @RahulGandhi ৷অভিযোগ অস্বীকাৰ নিৰ্বাচন আয়োগৰ @ECISVEEP ৷ গণতন্ত্ৰৰ গৰিমাত আঘাত হনা বুলি ৰিজিজুৱে @KirenRijiju গান্ধীক সমালোচনা কৰিছে৷৷প্ৰশ্ন হৈছে যদি ‘ ভোট চুৰি’ কৰা হৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়াকে সন্দেহৰ আৱৰ্তলৈ লৈ আহিছে৷ @DainikAsam
0
0
13
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
10 days
ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত খেতিয়ক মোন্নাফে বছৰি মহাৰাষ্ট্ৰ আৰু হিমাচল প্ৰদেশৰপৰা অহা পুলিৰে ষ্ট্ৰবেৰী খেতি কৰে৷খেতিয়কজনে বাংলাদেশৰপৰা অনা পুলিৰে ডেৰ বিঘা মাটিত আপেল বগৰীৰ খেতি কৰে৷বছৰি ছশ মোন ধান,আঠ বিঘা মাটিত মৎস্যপালন কৰা মোন্নাফৰ লক্ষ্য আত্মনিৰ্ভৰশীল অসমৰ গঢ়াৰ সহযাত্ৰী হোৱা৷
0
0
21
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
13 days
টাই-আহোম, চুতীয়া,কোচ ৰাজবংশী,মৰাণ,মটক আৰু চাহজনগোষ্ঠীৰ সংগঠনসমূহে জনজাতিকৰণৰ দাবীত আন্দোলন গঢ়ি তুলিছে৷কিন্তু ৰাজ্যৰ ১৪ টা জনজাতিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক সমৰ্থন কৰা নাই৷বড়ো,দেউৰী,তিৱা,ৰাভা আদিৰ ২৪ টা সংগঠনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷
1
1
12
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
14 days
গুৱাহাটী মাষ্টাৰ প্লেনক লৈ শ শ কোটি টকা উপাৰ্জনৰ অংক কোন বিয়াগোম মন্ত্ৰীৰ? প্ৰস্তাৱিত মাষ্টাৰ প্লেনত ৬.৬৭ লাখ নতুন গৃহ নিৰ্মাণৰ প্ৰসংগ৷মাটিৰ শ্ৰেণীৰ পৰিৱৰ্তন কৰি বিল্ডাৰৰ ব্যৱসায়ৰ পথ মুকলি কৰি দিয়া হ’ব৷এতিয়াৰ সংৰক্ষিত এলেকাত ফ্লেট নিৰ্মাণ হ’ব!লাভ হ’ব কাৰ? @DainikAsam
1
1
27
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
15 days
ৰৈ ৰৈ বিনালে অসমে @DainikAsam
1
1
23
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
16 days
ঘনিষ্ঠ ব্যৱসায়ীৰ নামত জনজাতীয় বেল্টৰ ২৬ বিঘা মাটি দখল৷জুবিনক্ষেত্ৰক লৈ ব্যৱসায়ৰ অংক,আঁৰত বিয়াগোম মন্ত্ৰী৷জনজাতীয় লোকৰ স্মৃতি জড়িত ভূমি সংৰক্ষণৰ দাবী৷ @DainikAsam @SamujjalBhatta @Utpal_Assam
4
2
23
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
17 days
পঞ্জাৱৰ অকালি দলৰ দশাই হ’ব নেকি অসমৰ আঞ্চলিক দলৰ? বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ বিজেপিয়ে ১০১ টা, জনতা দলে ১০১ টা আৰু চিৰাগ পাছোৱানৰ দলে ২৯ টা সমষ্টি প্ৰতিদ্বন্দ্ব্বিতা কৰিব৷অসমত আকৌ বিজেপিৰ বোকোচাত উঠিও গুৰুত্বহীন অগপ- ইউ পি পি এল৷ @himantabiswa @ATULBORA2 @DainikAsam
0
2
16
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
19 days
অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ’টেলেন্ট’ নথকা বুলি অট্টহাস্য কৰা মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংকই জনা উচিত-আমেৰিকাত ছেমিকণ্ডাক্টৰ প্ৰকল্পত অভিযন্তা হিচাপে অসমৰে প্ৰণৱেন্দ্ৰ শৰ্মাই ১৯৯৪-২০০৭ চন পৰ্যন্ত কাম কৰিছিল৷ @kharge @PriyankKharge @himantabiswa
4
2
21
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
20 days
https://t.co/yufEda9W3A ৪২ বছৰ পূৰণি নেলীৰ গণহত্যাৰ প্ৰসংগ৷উদ্দেশ্য কি? @Utpal_Assam @DsaikiaOfficial
1
0
14
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
21 days
৪ বছৰত টোল টেক্স সংগ্ৰহ ১৭৬৭ কোটি টকা৷ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ পাছতো বৰ্ধিত মাচুলেৰে জনতাক মাধমাৰ৷ ২০২১-২১ বিত্তীয় বৰ্ষত ২৯৯.৪৮ কোটি টকা,২০২২-২৩ বিত্তীয় বৰ্ষত ৪৬৫.৯০ কোটি টকা,২০২৩-২৪ বিত্তীয় বৰ্ষত ৪৮৬.৪৯ কোটি টকা আৰু ২০২৪-২০২৫ বিত্তীয় বৰ্ষত ৫১৫.৩০ কোটি টকা সংগ্ৰহ কৰা হৈছে৷
3
1
22
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
22 days
‘ৰৈ ৰৈ বিনালে’ৰ ট্ৰেইলাৰক লৈ পাকিস্তানতো চৰ্চা৷ জুবিন গাৰ্গৰ ছবিক লৈ সামাজিক মাধ্যমত ধুমুহা৷
1
2
28
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
23 days
সুৰামুক্তিৰ পৰা ব্যৱসায়য়েৰে সফলতাৰ শিখৰলৈ: যুৱাচামৰ আদৰ্শ উত্তৰ গুৱাহাটীৰ প্ৰদীপ দাস @DainikAsam
0
0
13
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
24 days
https://t.co/SoUFBumRGb সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত দেখুৱাইছে অতুলনীয় সাফল্যৰ নিদৰ্শন৷অনেকৰ বাবে ’ প্ৰেৰণা’ই হৈ পৰিছে ’অনুপ্ৰেৰণা’৷ @DainikAsam @nd24_news @ranojpeguassam @himantabiswa @parthatribune
0
0
13
@JITENDRAKCHOUDH
JITENDRA K CHOUDHURY
25 days
অসমীয়াৰ আৱেগ-অনুভূতি বুজাত ব্যৰ্থ হৈছে ৰাষ্ট্ৰীয় দল!আগন্তুক সময়ত অসমৰ ৰাজনীতিত নতুন আলোড়নৰ সৃষ্টি হ’ব পাৰে৷যি কথা নিজকে শক্তিশালী বুলি ভবা অসমৰ বিজেপি নেতাই উপলব্ধি কৰিব পৰা নাই৷ৰাইজে প্ৰতিটো কথাৰ উত্তৰ দিবলৈ সাজু হৈছেঃ ৰাজেন গোহাঁই @DainikAsam
3
0
21