
Hirak Jyoti Nath
@HellohirAk
Followers
641
Following
15K
Media
601
Statuses
4K
মানুহ মানুহৰ বাবে 🙏 জীয়াই থাকক জীয়াই থাকিব দিয়ক 🙏 গান মোৰ প্ৰিয় 🎶 💙♥️ Music Lover 🎶🎧❤️ महादेव 🔱 🕉️🚩
Morigaon Assam
Joined December 2019
২২ জানুৱাৰী ২০২৪ এক স্মৰণীয় দিন 🌻 দীৰ্ঘসময়ৰ বিৰতিৰ পিছত জন্মভূমি অযোধ্যালৈ প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ আগমন ❤️ অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ'ল ভগৱান শ্ৰী ৰামৰ 🚩 জয় শ্ৰী ৰাম 🕉️ 🚩 🚩 #JaiShreeRaam
#RamMandirAyodhya
#RamMandirPranPrathistha
0
0
6
এটা যুগৰ অৱসান 💔😭 অবিশ্বাস্য অকল্পনীয় অসহনীয় 😭 ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি সপোনতো ভবা নাছিলোঁ দাদা 💔😥 মানি লব পৰা নাই আপুনি যে নাই 💔😭 আৰু একো লিখিব নোৱাৰোঁ সৰ্ব্ব শৰীৰ কঁপি উঠিছে। ঔঁম শান্তি 🌼😭🙏🙏
0
0
1
One lie can end million trust.. Emotions come from the brain, not the heart... Good Morning People's ❤️ #MorningVibes
#morningpost
#morningtea
0
0
2
দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ শ্বহীদক সশ্ৰদ্ধ সোঁৱৰণ জনাই সকলোলৈকে ৭৯তম স্বাধীনতা দিৱসৰ হিয়াভৰা ওলগ আৰু শুভকামনা জনালোঁ 🇮🇳❤️ জয় হিন্দ 🫡 বন্দে মাতৰম্ 🇮🇳❤️ #xpost
#IndependenceDay
#IndependenceDay2025
#merabharatmahan
0
0
0
এখেতৰ লগত আকৌ নন্দিনীৰ কি Connection 🤔 কিবা এটা খেলিমেলি আছে নিশ্চয় 🙂
0
0
1
হৃদয়বিদাৰক 😭 মৃত আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ 🙏 দূ���্ভগীয়া পৰিয়ালটোক ভগৱন্তই সাহস দিয়ক 😔🙏 বাকী ন্যায় ব্যৱস্থাই কি পদক্ষেপ লয় সেইটো লক্ষ্যণীয় হ'ব। #ghyaccident
#NandiniKashyap
0
0
6
সুন্দৰৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি ৫৬তম স্মৃতিদিৱস। অসমীয়াৰ প্ৰাণত ৰাভাদেৱৰ বিপ্লবী সত্বাৰ চিৰ প্ৰবাহমান গতি বৈ থাকক নিৰবধি। ৰাভাৰ আভাৰে উদ্ভাসিত হওঁক অসম আৰু অসমীয়া। "ৰাভা দিৱস"ৰ পৱিত্ৰ ক্ষণত মহান বিপ্লৱী শিল্পীগৰাকীলৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত 🌼🙏 #BishnuRabha
0
0
2
কিমান যে অদৰকাৰী আঁচনি গ্ৰহণ কৰা হৈছে সেই বিষয়ে অসমৰ ৰাইজ ভালকৈয়ে জ্ঞাত। সেই আঁচনিত নামভৰ্তি কৰাবলৈ কিমানজনে আকৌ তাৰ মাজতে বক্ৰ পথেৰে উপাৰ্জন কৰিছে সেই বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।
0
0
1
হিতাধিকাৰীৰ সৃষ্টিয়ে এটা এটা প্ৰজন্মক শেষ কৰি দিব পাৰে। একোটা আঁচনি মানেই উন্নয়ন হয় জানোঁ ? নিৱনুৱাৰ সংস্থাপনৰ বাবে নিয়োগ নিশ্চিত আঁচনিৰ প্ৰয়োজন আছে নাইবা ব্যৱসায় বাণিজ্য কৰিব পৰাকৈ আৰ্থিক দিশত কিবা এটা ব্যৱস্থা কৰিলে নিশ্চয় উপকৃত হ'ব পৰা যাব। হিতাধিকাৰী সৃষ্টিৰ নামত
1
0
3
পুৰুষ মানেই দায়িত্ব আৰু কৰ্ত্তব্য। মহিলা আৰু ছোৱালীয়ে যে দায়িত্ব আৰু কৰ্তব্য পালন নকৰে তেনেকুৱা নহয় কিন্তু পুৰুষতান্ত্ৰিক সমাজত পুৰুষক উপাৰ্জনৰ বাহক হিচাপে বিবেচনা কৰা হয়। আপোনাৰ যদি উপাৰ্জন শূন্য আপুনি যেন অদৰকাৰী। শুভৰাত্ৰি জনালোঁ সকলোকে ❤️
3
1
32
0
0
1
পুৰুষ হৈ জন্ম লৈছোঁ যেতিয়া Income কৰাটো নিজৰ দায়িত্ব আৰু কৰ্তব্য নহ'লে এনেকুৱা সময় আহিব নিজৰ ছাঁটোৱে নিজৰ লগ এৰি দিব। #শুভ_সন্ধিয়া 💐❤️
0
0
8
প্ৰসংগ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা। মৰাৰ পিছত সকলোৰে মনত পৰে অমুক আছিল তমুক আছিল কিন্তু যোৱা এক বছৰ ধৰি শিল্পীগৰাকী চিকিৎসাধীন হৈ আছিল না সংবাদ মাধ্যমে অসমৰ ৰাইজক খবৰ দিলে না তথাকথিত শিল্পীসকলে তেওঁৰ অসুস্থতাৰ খবৰ লৈছিল ? এতিয়া কিছুমানে ঘৰিয়ালৰ চকুপানী দেখুৱাই লাভ নাই।
1
0
3
সাম্প্ৰতিক সময়ত হৈ যোৱা ঘটনাৰাজিয়ে মন মগজুক বাৰুকৈয়ে শিহৰিত কৰি তুলিছে। কিয় জানোঁ মানুহে মানুহৰ প্ৰতি ইমানেই জঘণ্য হৈ উঠিছে ভাবিলে আচৰিত লাগে।
0
0
0
সমাজখন কোনদিশে..... ?? দিন দুপৰতে এজন অভিনেতাক চুৰিকাঘাত কৰি হত্যা ! জন্মদাত্ৰী মাতৃয়ে নিজৰ সন্তানক ডিঙি চেপি হত্যা ! দয়া, মমতা আৰু মানৱতাই জীৱ শ্ৰেষ্ঠৰ ওচৰত নতশিৰে নমস্কাৰ জনাইছে। মানৱৰ দেশত দানৱৰ হুংকাৰ। প্ৰশ্ন হয় কোন খন সমাজত আমি জীয়াই আছোঁ বাৰু ?
2
0
2
0
0
0