EastmojoAssam Profile Banner
EastMojo Assam Profile
EastMojo Assam

@EastmojoAssam

Followers
73
Following
6
Media
534
Statuses
9K

ব্ৰেকিংৰ দৌৰত নহয়, খবৰৰ আঁৰৰ খবৰ আমাৰ ভেটি। #EastMojoAssam

Guwahati, Assam
Joined November 2021
Don't wanna be here? Send us removal request.
@EastmojoAssam
EastMojo Assam
1 year
ভাইৰেল ছবি দুখনৰ এখন সম্পাদিত ফটো, আৰু আনখন হৈছে ছেইফ আলী খান অভিনীত ২০১৯ চনত মুক্তিপ্ৰাপ্ত 'লাল কাপ্তান' নামৰ চিনেমাখনৰ বিহাইন্দ-দ্য-চিন দৃশ্য। 🔗 https://t.co/ruY07Z8ozR #misinformation #saifalikhan #shakticollective
0
1
2
@EastmojoAssam
EastMojo Assam
1 year
ভিডিঅ'টোত আক্ৰমণৰ বলি হোৱা লোকজন পোলুমতি দিলীপ আৰু তেওঁ এজন অনুসূচীত জাতিৰ ব্যক্তি বুলি অন্ধ্ৰ প্ৰদেশৰ আৰক্ষীয়ে নিশ্চিত কৰিছে। 🔗 https://t.co/0Q4pFpA8sX
0
0
0
@EastmojoAssam
EastMojo Assam
1 year
এইটো ২০১৮ চনত পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত লোৱা ভিডিঅ’ হয়। দেশখনৰ শেহতীয়া ৰাজনৈতিক সংকট আৰু অস্থিৰতাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। https://t.co/HkqpP7zpSi
0
1
1
@EastmojoAssam
EastMojo Assam
1 year
ভিডিঅ'টোত কেএনএলএ সদস্য, এজন ভিডিঅ' ক্ৰিয়েটৰ আৰু ম্যানমাৰৰ এজন সমাজকৰ্মী দেখা যায়; মণিপুৰৰ সংঘৰ্ষৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। https://t.co/iTh8XkJHPV
0
1
1
@EastmojoAssam
EastMojo Assam
2 years
সংসদীয় অভিলেখসমূহৰ পৰা নিশ্চিত হোৱা যায় যে স্বাধীনতাৰ পৰৱৰ্তী সময়ত একাধিকবাৰ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। @LF_Assamese https://t.co/9Qr5JhIGLE
1
1
1
@EastmojoAssam
EastMojo Assam
2 years
ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা বুলি দেখুওৱাবলৈ ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছিল। মূল ফুটেজটোত স্ক্ৰীণখন খালী দেখা যায়। @LF_Assamese https://t.co/7HWA4nwf5N
0
1
1
@EastmojoAssam
EastMojo Assam
2 years
ভিডিঅ’টোত অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেলেগু দেশম পাৰ্টিৰ কৰ্মীসকলে এটা সমষ্টিৰ টিকট দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । @LF_Assamese https://t.co/7YmeAglJps
0
1
2
@EastmojoAssam
EastMojo Assam
2 years
0
0
0
@EastmojoAssam
EastMojo Assam
2 years
ছ’চিয়েল মিডিয়াত মিছা আৰু বিভ্ৰান্তিকৰ কথা প্ৰচাৰ কৰা বুলি জনাজাত এটা একাউণ্টে শ্বেয়াৰ কৰা পোষ্ট-ত কোৱা হৈছে, “জ্ঞানেউধাৰী ব্ৰাহ্মণ (হিন্দু ব্ৰাহ্মণ আৰু ক্ষত্ৰীয় সম্প্ৰদায়ে পিন্ধা পবিত্ৰ সূতা) ৰাহুল গান্ধীৰ কোঠাত যীচুৰ ছবি। কোঠাটোত হিন্দু দেৱতাৰ কোনো ছবি নাই।” @LF_Assamese
1
0
0
@EastmojoAssam
EastMojo Assam
2 years
ৰাহুল গান্ধীয়ে তেওঁৰ হাতত গোপাল শংকৰনাৰায়ণনৰ দ্বাৰা ৰচিত ভাৰতৰ সংবিধানৰ ৰঙা ক’ভাৰ থকা কোটপকেট সংস্কৰণটো ধৰি থকা দেখা গৈছে। @LF_Assamese https://t.co/a7QCfC1DKh
0
1
1
@EastmojoAssam
EastMojo Assam
2 years
লজিকেলী ফেক্টছৰ সৈতে কথা পাতি এল.কে. আদৱানীৰ ঘনিষ্ঠ সহায়ক দীপক চোপ্ৰাই এই দাবী খাৰিজ কৰি ইয়াক 'ভুৱা' বুলি অভিহিত কৰে। @LF_Assamese https://t.co/wc6ZA1P5sY
0
1
2
@EastmojoAssam
EastMojo Assam
2 years
উক্ত ঘটনাটো ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত হৈছিল আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। @LF_Assamese https://t.co/DjyGeUs2Ws
0
1
1
@EastmojoAssam
EastMojo Assam
2 years
ভিডিঅ'টো ক্ৰপ কৰা হৈছে। সম্পূৰ্ণ ভাষণটোত মোদীয়ে কয় যে কংগ্ৰেছে মিছাকৈ দাবী কৰিছে যে তেওঁ ‘সংৰক্ষণ বিলুপ্ত’ কৰাৰ মনস্থ কৰিছে। @LF_Assamese https://t.co/s0IBMeLT3Y
0
0
1
@EastmojoAssam
EastMojo Assam
2 years
দলিত, জনজাতীয়, সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কথা বাদ দিবলৈ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে । @LF_Assamese https://t.co/iR7BlX44W9
0
0
0
@EastmojoAssam
EastMojo Assam
2 years
১৩ এপ্ৰলিত সন্তোষ কুশৱাহা নামৰ এজন স্থানীয় সাংবাদিকে ভিডিঅ' সাক্ষাৎকাৰটো গ্ৰহণ কৰিছিল, এইটো ডিপফে’ক ভিডিঅ’ নহয়। @LF_Assamese https://t.co/Bq0Tp6bMNE
0
1
1
@EastmojoAssam
EastMojo Assam
2 years
ফটোখনত থকা ব্যক্তিজন বেঞ্জামিন বসুমতাৰী, প্ৰমোদ বড়ো নহয়। 'ইউপিপিএল'ৰ মতে, চলিত বৰ্ষৰ জানুৱাৰী মাহত বসুমতাৰীক দলৰ পৰা নিলম্বন কৰা হৈছিল। @LF_Assamese https://t.co/3YoE9B175h
0
1
1
@EastmojoAssam
EastMojo Assam
2 years
ৰাহুল গান্ধীয়ে তেওঁক আগবঢ়োৱা হিন্দু দেৱতাৰ মূৰ্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি মিছাকৈ দাবী কৰিবলৈ ভাইৰেল ভিডিঅ'টোৰ পিছৰ অংশখিনি কাটি দিয়া হৈছিল। @LF_Assamese https://t.co/0rviMVdNL8
0
1
1
@EastmojoAssam
EastMojo Assam
2 years
২০২৩ ডিচেম্বৰৰ এই ভিডিঅ’টোত ম্যানমাৰৰ এটা উগ্ৰপন্থী সংগঠনে জুন্টা চৰকাৰক ভাবুকি দিয়া দেখা গৈছে।ক্লিপটোত থকা অডিঅ’টো সম্পাদনা কৰি যোগ কৰা হৈছে। @LF_Assamese https://t.co/BbVPxslLEz
0
0
1
@EastmojoAssam
EastMojo Assam
2 years
২০১৮ চনৰ এই ভিডিঅ’টোত এগৰাকী বিজেপি কৰ্মীক টিএমচিৰ দলৰ এজন নেতাই আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল। সন্দেশখালিৰ শেহতীয়া পৰিস্থিতিৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। @LF_Assamese https://t.co/0xuwBby4Nx
0
0
0
@EastmojoAssam
EastMojo Assam
2 years
সম্পূৰ্ণ কাহিনীটো পঢ়ক: https://t.co/ZcxUZpkKTo @LF_Assamese #news #factcheck #misinformation #assam #himantabiswasarma #saniamirza
0
0
0