AssamTalks2025 Profile Banner
Assam Talks Profile
Assam Talks

@AssamTalks2025

Followers
71
Following
6
Media
5K
Statuses
9K

Bamunimaidam ,Gauhati
Joined February 2025
Don't wanna be here? Send us removal request.
@AssamTalks2025
Assam Talks
19 minutes
বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। অভিযুক্তক লৈ যোৱা বাহনলৈ অনুৰাগীৰ শিলগুটি নিক্ষেপ। কাৰাগাৰৰ গেট ভাঙি প্ৰতিবাদকাৰীৰ প্ৰৱেশৰ চেষ্টা।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত। #ZubeenGarg #JusticeForZubeenGarg #Baksa #assamtalksdigital
0
0
0
@AssamTalks2025
Assam Talks
54 minutes
প্ৰতিবাদত উত্তাল বাক্সা । বাক্সা জিলা কাৰাগাৰৰ সন্মুখভাগৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ ৫ অভিযুক্তৰ নতুন ঠিকনা বাক্সা কাৰাগাৰ । #Baksa #shyamkanumahanta #shidharthsharma #JusticeForZubeenGarg #assamtalksdigital
0
0
0
@AssamTalks2025
Assam Talks
1 hour
বাক্সাত উত্তপ্ত পৰিস্থিতি । কাৰাগাৰৰ সন্মুখত হাজাৰ-হাজাৰ লোক উপস্থিত । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত । #Baksa #ZubeenGarg #JusticeForZubeenGarg #assamtalksdigital 👇 https://t.co/I2RlZB71XD
Tweet card summary image
facebook.com
বাক্সাত উত্তপ্ত পৰিস্থিতি । কাৰাগাৰৰ সন্মুখত হাজাৰ-হাজাৰ লোক উপস্থিত । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত । #Baksa #ZubeenGarg #JusticeForZubeenGarg #assamtalksdigital
0
0
0
@AssamTalks2025
Assam Talks
1 hour
জুবিন গাৰ্গৰ মৃ*ত্য়ুৰ ঘটনাৰে জড়িত ৫ অভিযুক্তৰ জে'ল যাত্ৰা। মুছলপুৰস্থিত কাৰাগাৰখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। দুমাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছিল কাৰাগাৰখন । live #ZubeenGarg #JusticeForZubeenGarg #baksa #assamtalksdigital 👇 https://t.co/GnqOZNZWBa
Tweet card summary image
facebook.com
জুবিন গাৰ্গৰ মৃ*ত্য়ুৰ ঘটনাৰে জড়িত ৫ অভিযুক্তৰ জে'ল যাত্ৰা। মুছলপুৰস্থিত কাৰাগাৰখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। দুমাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছিল কাৰাগাৰখন । live #ZubeenGarg...
0
0
0
@AssamTalks2025
Assam Talks
3 hours
ইয়াতেই থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত ৫ অভিযুক্ত । বাক্সাৰ কাৰাগাৰলৈ প্ৰেৰণ শ্যানকানু-সিদ্ধাৰ্থক #ZubeenGarg #JusticeForZubeenGarg #assamtalksdigital
0
0
0
@AssamTalks2025
Assam Talks
4 hours
0
0
0
@AssamTalks2025
Assam Talks
18 hours
🛑জুবিন গাৰ্গৰ সমন্বয় ক্ষেত্ৰত এটি শিশুৰ হিয়াভগা কান্দোন 🛑জুবিনক বিচাৰি চিঞৰি চিঞৰি কান্দিছে শিশুটিয়ে 🛑মাকক বাৰে বাৰে কৈছে জুবিন দাক মাতি দিয়া বুলি #ZubeenGarg #Mayabini #JusticeForZubeenGarg #sonapur
0
0
0
@AssamTalks2025
Assam Talks
19 hours
'জুবিন মামাৰ আশীৰ্বাদ লৈ গৈছিলো, মোক কৈছিল -মই জয়ী হৈ আহিম বুলি,কিন্তু ট্ৰফীটো দেখুওৱাবলৈ এতিয়া জুবিন মামা নাই ।মই সোণাপুৰত গৈ জুবিন মামাক ট্ৰফীটো দেখুওৱাম।'হিমন্ত মামা তুমি জুবিন মামাক ন্যায় দিবা।' ছুপাৰ ডান্সাৰ-৫ৰ চেম্পিয়ন আধ্যাশ্ৰী উপাধ্যায়ৰ মন্তব্য
0
0
0
@AssamTalks2025
Assam Talks
20 hours
📷‘আমাক ‘অৰুণোদয়’, চাউল, তেল নালাগে’ 📷‘লাগে কেৱল জুবিন গাৰ্গৰ ন্যায়’ 📷‘ন্যায় নোপোৱা পৰ্যন্ত আমি প্ৰতিদিনেই আহি থাকিম জুবিন ক্ষেত্ৰলৈ’ 📷‘কম দিনৰ ভিতৰত ন্যায় দিয়ক জুবিনদাক’ #ZubeenGarg #JusticeForZubeenGarg #sonapur #assamtalksdigital click👇 https://t.co/PY5Hd8wcx5
0
0
0