Crosscurrent_in Profile Banner
TheCrosscurrent.in Profile
TheCrosscurrent.in

@Crosscurrent_in

Followers
2K
Following
1
Media
11K
Statuses
11K

To reveal, To inform. To move forward boldly and fearlessly.

Guwahati, India
Joined March 2019
Don't wanna be here? Send us removal request.
@Crosscurrent_in
TheCrosscurrent.in
3 hours
0
0
1
@Crosscurrent_in
TheCrosscurrent.in
3 hours
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
3 hours
কেৱল হিন্দুৱে জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গক। কিন্তু জুবিন গাৰ্গক হত্যা কৰিলে কোনে ?
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
3 hours
সন্ত্ৰাসবাদী সন্ত্ৰাসবাদীয়েই।সন্ত্ৰাসবাদীৰ কোনো জাতি-ধৰ্ম নাই ।লালকিল্লাৰ পাছত পাকিস্তানৰ ইছলামাবাদত আত্মঘাতী বোমাৰু ।পাকিস্তানৰ বি*স্ফোৰণৰ আৰত কোন?
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
3 hours
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
3 hours
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
3 hours
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
4 hours
🔹️পূব আৰক্ষী জিলাত ৫ জন সমবেত হো��া নিষিদ্ধ 🔹 ধৰ্ণা, প্ৰতিবাদ, সমদল, শ্ল'গান দিয়া আদি শিলসাঁকো এলেকাত নিষিদ্ধ 🔹BNSৰ ১৬৩ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
5 hours
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
5 hours
𝐆𝐑𝐀𝐏𝐇𝐈𝐂 𝐂𝐎𝐍𝐓𝐄𝐍𝐓 আফ্ৰিকান ছোৱাইন ফিভাৰ-এটা বেমাৰ নে ষড়যন্ত্ৰ? বেমাৰ নে চক্ৰান্ত হৈ বিয়পিছে আফ্ৰিকান ছোৱাইন ফিভাৰ? উত্তৰ-পূবৰ লাভদায়ক গাহৰিৰ বজাৰত চকু কাৰ? ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধত ব্যর্থ কিয় বিভাগ?
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
5 hours
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দুটা ভিন ভিন দৃশ্য।খানাপাৰাত মুখ্যমন্ত্ৰীয়ে মূৰ দোঁৱাই নমস্কাৰ জনালে মহিলাক।একেটা দিনতে শিলসাঁকোৰ পাৰত বস্তাৰ দৰে চোঁচৰাই মহিলা প্ৰতিবাদকাৰীক লৈ গ’ল অসম আৰক্ষীয়ে।কোনো কোনো মহিলা প্ৰতিবাদকাৰীৰ কাপোৰ পৰ্যন্ত ফালি পেলোৱা হ’ল।
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
6 hours
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
6 hours
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো বিহাৰত চুৰি হ’ল ভোট !দিল্লী, হাৰিয়ানাত ভোট দিয়া লোকেও বিহাৰত দিলে ভোট।দিল্লী, হাৰিয়ানাত ভোট দিয়া অজিত কুমাৰ ঝাৰ ফটো প্ৰকাশ
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
6 hours
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
6 hours
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
6 hours
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
6 hours
একেখনেই গুৱাহাটী —এফালে চোঁচৰাই বগৰাই মহিলাক নিৰ্যাতন আনফালে মহিলাক চেক দি মুখ্যমন্ত্ৰীৰ হাঁহি খিকিন্দালি
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
7 hours
ডিলিট কৰি দিয়া হ’ল লোকসভা নিৰ্বাচনৰ চি চি টি ভি ফুটেজ।দিল্লী উচ্চ ন্যায়ালয়ক জনাই দিলে নিৰ্বাচন আয়োগে।বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ মন্তব্যক লৈ বিতৰ্ক।ভোট চুৰিৰ অভিযোগৰ মাজতে কিয় ডিলিট হ’ল চি চি টি ভি ফুটেজ ?
0
0
0
@Crosscurrent_in
TheCrosscurrent.in
7 hours
ইমানতে অন্ত পৰিব নেকি প্ৰশান্ত কিশোৰৰ ৰাজনৈতিক কেৰিয়াৰৰ ?বিহাৰৰ এক্সিট পোলত প্ৰশান্ত কিশোৰৰ জন সূৰাজৰ সূৰ্যাস্তৰ ইংগিত।দহ হাজাৰ টকাই সলাই পেলালে নেকি বিহাৰৰ দৃশ্যপট ?বিহাৰৰ পৰা কি বাৰ্তা পাব অসমৰ শাসক – বিৰোধীয়ে ?
0
0
0